অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মঙ্গলদৈত বিজয়া দশমী উলাহ মলহৰে পালন কৰা হয়।

Click For Watching Video

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মঙ্গলদৈত বিজয়া দশমী উলাহ মলহৰে পালন কৰা হয়। মানুহৰ সোত বয় প্ৰতিমা বিসৰ্জন দিয়া মঙলদৈ নদীৰ ঘাটলৈ। মঙ্গলদৈ নদীত প্ৰায় 40 খন মান পূজাস্থলীত বিসৰ্জন দিব বুলি গম পোৱা গৈছে। প্ৰতিমা বিসৰ্জনস্থলীত ৰাৱণ দাহ উৎসৱ পালন কৰা হয়।

মংগলদৈৰ পৰা অৰুণাভ শৰ্মাৰ ৰিপৰ্ট , গুৱাহাটী টাইমচ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com