অৰুণাচল প্ৰদেশৰ পৰা যোৰহাটলৈ অহা বায়ু সেনাৰ হেলিকপ্টাৰ পশ্চিম টিউটিঙত জৰুৰী অৱতৰণ ।

অৰুণাচল প্ৰদেশৰ পৰা যোৰহাটলৈ অহা বায়ু সেনাৰ হেলিকপ্টাৰ পশ্চিম টিউটিঙত জৰুৰী অৱতৰণ । পাইলটৰ তৎপৰতাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল হেলিকপ্টাৰখন । অৰুণাচল প্ৰদেশৰ টিউটিঙৰ পৰা ১৬ গৰাকী যাত্ৰী কঢ়িয়াই যোৰহাট ৰৰৈয়ালৈ উৰা মাৰিছিল বায়ুসেনাৰ Mi-17 হেলিকপ্টাখন । কিন্তু প্ৰতিকূল বতৰৰ বাবে কিছু দূৰ অতিক্ৰম কৰাৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় হেলিকপ্টাৰখনে । কিন্ত বৈমানিকৰ তৎপৰতাত হেলিকপ্টাখন পশ্চিম টিউটিঙত জৰুৰী অৱতৰণ কৰে ।

NATIONAL DESK, GUWAHATI TIMES

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com