অৱশেষত গ্ৰেপ্তাৰ হল যোগ নিৰীক্ষক সতীনাথ বাৰল অৱশেষত দৰং আৰক্ষীয়ে কলকতাত গ্ৰেপ্তাৰ কৰিলে যোগ নিৰীক্ষণ সতীনাথ বাৰল।

অৱশেষত গ্ৰেপ্তাৰ হল যোগ নিৰীক্ষক সতীনাথ বাৰল

অৱশেষত দৰং আৰক্ষীয়ে কলকতাত গ্ৰেপ্তাৰ কৰিলে যোগ নিৰীক্ষণ সতীনাথ বাৰল।

ৰাজ্যজুৰি বাৰলক গ্ৰেপ্তাৰৰ বাবে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ

শংকৰদেৱ আৰু নামষোষা সন্দৰ্ভত দৰংৰ ভেৰুৱাত কৰিছিল বিৰুপ মন্তব্য

দৰং আৰক্ষীক ধন্যবাদ সদৌ দৰং জিলা ছাত্র সন্থাৰ ।

মংগলদৈৰ পৰা অৰ্ণব শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com