আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা।

আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ প্ৰতিটো চুকে কোণে আজি উদযাপন কৰা হ’ব বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পুজাভাগ।

গুৱাহাটী টাইমছৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰাও সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আৰু প্ৰতিজন শুভাকাংক্ষীলৈ বিশ্বকৰ্মা পুজাৰ অলেখ শুভকামনা জ্ঞাপন কৰিলো।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com