আজি বিষয়া হিচাপে অবসৰ গ্ৰহণ কৰে এম জি কে ভানুৱে |

এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ

 

আজি প্ৰাশাসনিক বিষয়া হিচাপে অবসৰ গ্ৰহণ কৰে এম জি কে ভানুৱে।  এম জি কে ভানুৱে অৱসৰৰ মূহুৰ্তত আবেগিক হৈ পৰিল। অসমত অত বছৰে কাম্ কৰি লাভ কৰা বিৰল অভিজ্ঞতাৰ কথা ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত। পৰৱৰ্তী সময়ত বিষয়া গৰাকীয়ে ৰাজনীতিত ভৰি থোৱাৰ আশংকা। ভানুৰ দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভাগীয় কৰ্মৰ দায়িত্বত দৃষ্টি দিছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com