উত্তৰ-পূবৰ কৃষক, শিল্পী আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে সুখবৰ। যোৰহাটৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী চমুকৈ CSIR-NEISTত স্থাপন হ’ল STINER-TFC ভৱনৰ আধাৰশিলা।

উত্তৰ-পূবৰ কৃষক, শিল্পী আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে সুখবৰ। যোৰহাটৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী চমুকৈ CSIR-NEISTত স্থাপন হ’ল STINER-TFC ভৱনৰ আধাৰশিলা। আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে,অনুষ্ঠানত স্থানীয় সাংসদ কামাখ্যা তাছাও উপস্থিত থাকে |

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com