কংগ্ৰেছৰ দিনত উগ্ৰপন্থীৰ সন্ত্ৰাস, হত্যা-হিংসাৰে জৰ্জৰিত আছিল ৰাজ্য।

কংগ্ৰেছৰ দিনত উগ্ৰপন্থীৰ সন্ত্ৰাস, হত্যা-হিংসাৰে জৰ্জৰিত আছিল ৰাজ্য। বিধানসভাত মন্তব্য বিধায়ক পদ্ম হাজৰিকাৰ। ঝংকাৰ হত্যাৰ প্ৰসংগ উত্থাপন কৰি বিধায়কগৰাকীয়ে কয় – ঝংকাৰৰ পিতৃয়ে আজিও ন্যায় নাপালে। কংগ্ৰেছ চৰকাৰে নুবুজিলে ঝংকাৰৰ পিতৃৰ মৰ্মবেদনা। ঘটনাৰ সময়ত কিয় ব্যৱস্থা নল’লে চৰকাৰে? একেই আৰক্ষী, একেই বনকৰ্মী এতিয়া কিন্তু সকলো সষ্টম। পৰিবৰ্তনৰ এই কথা কংগ্ৰেছে বুজক। অৰুণাচলী সুৰাৰ অবাধ প্ৰচলনে এটা প্ৰজন্মক শেষ কৰিছে বুলিও মন্তব্য পদ্ম হাজৰিকাৰ।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com