কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ ওচৰৰ পাণবাৰীত সংঘটিত হয় ভয়ংকৰ ৰেল দুৰ্ঘটনা।

কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ ওচৰৰ পাণবাৰীত সংঘটিত হয় ভয়ংকৰ ৰেল দুৰ্ঘটনা।

লামডিঙৰ পৰা গুৱাহাটী অভিমুখে আহি থকা মালবাহী ট্ৰেইনখন হঠাৎ লাইনচ্যুট হয়। লগে লগে ২০ মান ডবা বাগৰি পৰে।

দূৰ্ঘটনাৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই।
Staff report

Leave a Reply

Your email address will not be published. Required fields are marked *

000webhost logo