কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ।

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। ইতিমধ্যে গোচৰ ৰুজু কৰিছে অভিযুক্তই। ঘটনাটো সন্দৰ্ভত আৰক্ষী অধীক্ষকে স্পষ্ট ভাবে সংবাদ মাধ্যমক জনাইছে যে দোষী প্ৰমাণিত হলে সকলো ব্যবস্থা আইনমতেই লোৱা হ’ব। কিন্তু আৰক্ষীয়ে জনোৱা মতে অভিযোগকাৰীয়ে গোচৰৰ ক্ষেত্ৰত আগবাঢ়িব খোজা নাই।

সমগ্ৰ ঘটনাটো কিন্তু নগাঁও আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈছে। নগাঁৱ জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে সংবাদ মাধ্যমক জনায় যে – – আইন মতে সকলো পদক্ষেপ লোৱা হবই।

Staff report

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com