গহপুৰত দমকলৰ পাইপেদি নিৰ্গত গেছ

গহপুৰত দমকলৰ পাইপেদি নিৰ্গত গেছ

গহপুৰৰ বড়িগাঁৱত চাঞ্চল্য । দমকলৰ পাইপৰ মুখৰে ওলাইছে জুই । ভূমিধৰ দত্ত নামৰ লোকজনৰ বাৰীত পুটা দমকলৰ পাইপেৰে নিৰ্গত গেছত অগ্নি সংযোগ কৰিলে দাউ দাউকৈ জ্বলি উঠে জুই।
আতংকিত হৈ পৰিছে গাঁও বাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com