চামগুৰিৰ গটঙাত ভয়ংকৰ পথ দূৰ্ঘটনা।

👉🏻চামগুৰিৰ গটঙাত ভয়ংকৰ পথ দূৰ্ঘটনা।
👉🏻অচিনাক্ত বাহনে মহতিয়াই থিতাতে নিহত কৰিলে দুজন বাইক আৰোহীক।
👉🏻নিহত এজন তেজপুৰৰ ভলুকাজাৰণিৰ আচব আলী।
👉🏻নিহত আন জনৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ হোৱা নাই।
👉🏻দূৰ্ঘটনা সংঘটিত কৰিয়ে বাহনৰ পলায়ন।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com