ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আৰম্ভ

অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উলহ মালহেৰে আৰম্ভ। ছয়দুৱাৰ মহাবিদ্যালয়ৰ লগত জড়িত বিভিন্ন জনক সম্বৰ্ধনা জনোৱা হয়। আজি সুধাকণ্ঠৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় কলেজ চৌহদত।

উল্লেখযোগ্য যে চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সোনালী জয়ন্তী সমাৰোহৰ আজি প্ৰথম দিন ।

Madhav Sarma report, Guwahati Times.

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com