“ড৹ ভূপেন হাজৰিকা বৰলুইত সন্মান ২০১৮”

বিগ ব্ৰেকিং নিউজ

“ড৹ ভূপেন হাজৰিকা বৰলুইত সন্মান ২০১৮” ৰ বাবে বিৰাজ হাজৰিকাৰ নামতো মনোনীত কৰা হৈছে, “গৰীৱৰ নন্দন” নামেৰে । একে খন মঞ্চতেই উপস্থিত থাকিব হিমা দাস, অখিল গগৈ, নীল আকাশ, আইমী বৰুৱা, গীতাৱলী আৰু বহুতো । এই সন্মানতো বিৰাজ হাজৰিকাই অসমৰ দুখীয়া পৰিয়াল সকলৰ চৰনত আগতীয়াকৈ অৰ্পণ কৰিছে।

হীৰক জ্যোতি শৰ্মা ৰিপৰ্ট, গুৱাহাটী টাইমছ

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com