দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীৰ গৌৰী শংকৰ মন্দিৰতো ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে আৰতি পৰ্ব

পবিত্ৰ শাওণ মাহৰ দ্বীতিয়টো সোমবাৰ অৰ্থাৎ আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীৰ গৌৰী শংকৰ মন্দিৰতো ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে আৰতি পৰ্ব ।সেয়েহে অাজি ৰাতিপুৱাৰে পৰা মন্দিৰলৈ বৈছে ভক্তৰ লানি নিচিগা সোঁত।

Leave a Reply

Your email address will not be published. Required fields are marked *

000webhost logo