ধিঙত জীতেন দত্ত ,মৃনাল হাজৰিকাক বিনা চৰ্ত্তে মুক্তিৰ দাবীত জুৰ সমদল ।

তিনিচুকীয়া জিলা ঢলাৰ নাৰকীয় হত্যা কাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে আলোচনা পন্হী আলফা নেতা জীতেন দত্ত আৰু মৃনাল হাজৰিকাক অতি শীঘ্ৰে মুক্তিৰ লগতে বহুবল্কী বিধায়ক শিলাদিত্য অাৰু বাঙালী সাম্প্ৰদায়িক মন্তৱ্য কৰা নেতাক অচিৰে গ্ৰেপ্তাৰ কৰা আৰু নাগৰিকৰকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত আজি ধিঙৰ খিলঞ্জীয়া ঐক্য মঞ্চই এক সু-বৃহত জোঁৰ সমদল উলিয়াই ধিঙৰ ৰাজপথত কপাই তোলে । য’ত অঞ্চলটোৰ কেবাটাও জাতীয় দল- সংগঠন আৰু স্হানীয় ৰাইজে অংশ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com