নগাঁৱৰ কঠিয়াতলী গৰুবন্ধাত বন্যহস্তীৰ সন্ত্ৰাস ৷ বন্যহস্তীৰ জাকে তহিলং কৰিছে বহু বিঘা কৃষি ভূমি ৷ এতিয়াও পথাৰৰ মাজতে অৱস্থান কৰি আছে বন্যহস্তীৰ জাকটোৱে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে হাতীৰ জাকটো ৷

নগাঁৱৰ কঠিয়াতলী গৰুবন্ধাত বন্যহস্তীৰ সন্ত্ৰাস ৷

বন্যহস্তীৰ জাকে তহিলং কৰিছে বহু বিঘা কৃষি ভূমি ৷

এতিয়াও পথাৰৰ মাজতে অৱস্থান কৰি আছে বন্যহস্তীৰ জাকটোৱে ৷

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে হাতীৰ জাকটো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com