নৈত সন্ধানহীন মহিলা

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

দিখৌ নৈৰ দলঙৰ পৰা এগৰাকী মহিলাই জাঁপ দিয়াৰ পিছতে উত্তেজনা ৰ সৃষ্টি হয় নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত।

নৈত সন্ধানহীন মহিলাগৰাকীৰ ঘৰ নাজিৰাৰ ধঁপাতপট্টিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com