বিশ্বনাথৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা

বিশ্বনাথৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা

বিশ্বনাথ চাৰিআলিৰ লেহুগাৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী । জানিব পৰা মতে দুই বাইক আৰোহীৰ ঘৰ বিশ্বনাথৰ বালিচাংত।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com