ভাৰতীয় জনতা পাৰ্টীৰ চুড়ান্ত সিন্ধান্ত। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰাৰ বাবে মীৰা বৰঠাকুৰক বিজেপিৰ পৰা বহিস্কাৰ।

দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

ভাৰতীয় জনতা পাৰ্টীৰ চুড়ান্ত সিন্ধান্ত। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰাৰ বাবে মীৰা বৰঠাকুৰক
বিজেপিৰ পৰা বহিস্কাৰ। লগে লগে সৰব হৈ পৰে মীৰা বৰঠাকুৰ। তাৰ পিছতে সংবাদমেল সম্বোধন মীৰা বৰঠাকুৰৰ।

হীৰক জ্যোতি শৰ্মা ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com