মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাবে জনায় যে সমকামিতা কোনো অপৰাধ নহয় ।

মহামান্য উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাবে জনায় যে সমকামিতা কোনো অপৰাধ নহয় । IPC ৩৭৭ ধাৰা বাতিল কৰে মহামান্য উচ্চতম ন্যায়ালয়ে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

000webhost logo