মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।

👉নগাঁৱৰ কুখ্যাত ড্ৰাগচ মাফিয়া লোকমান আলিক গ্ৰেপ্তাৰ ।
👉নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে ম’হখুলিত কৰায়ত্ত কৰে কুখ্যাত ড্ৰাগচ মাফিয়াটৌক ।
👉নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ২৪৩/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ ।
👉দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল লোকমান আলি ।
👉নগাঁও চহৰৰ থানাৰোডত অবৈধ ড্ৰাগচ এজেন্সিৰে লোকমান আলিয়ে চলাই আহিছিল ৰমৰমীয়া ব্যৱসায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com