লামডিঙত নিশা ৰমৰমীয়া জুৱাৰ খেল

 

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ
লামডিঙত নিশা ৰমৰমীয়া জুৱাৰ খেল ৷
মাজনিশা লামডিং আৰক্ষীৰ অভিযান।
লামডিং ৰিলিফয়াৰ্ডৰ বি ঘুমটি অঞলৰ পৰা উৎখাত কৰে এই জুৱাৰ ঘাটি
নগদ ১লাখ ৫০ হাজাৰ টকা ১০জন জুৱাৰীক আটক।
বহু দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছিল ৰমৰমীয়া জুৱা ৷
এই জুৱা চলোৱা আৰত লামডিং এজন নামি দামি ব্যক্তি জড়িত থকা বুলি জনা গৈছে।
লামডিংৰ পৰা ধৰিত্ৰী চহৰীয়াৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com