শুক্ৰবাৰে বিধানসভাত শক্তিমন্ত্ৰী তপন গগৈ য়ে মন্তব্য প্ৰকাশ কৰে যে অসমত নোহোৱা হব বিদ্যুত পৰিবাহী তাৰ৷অসমৰ ৬০হেজাৰ কিলোমিটাৰ বিদ্যুতৰ তাঁৰৰ ঠাইত সংযোগ কৰা হ’ব AV কেবুল

Guwahati Times গুৱাহাটী টাইমচ

শুক্ৰবাৰে বিধানসভাত শক্তিমন্ত্ৰী তপন গগৈ য়ে মন্তব্য প্ৰকাশ কৰে যে অসমত নোহোৱা হব বিদ্যুত পৰিবাহী তাৰ৷অসমৰ ৬০হেজাৰ কিলোমিটাৰ বিদ্যুতৰ তাঁৰৰ ঠাইত সংযোগ কৰা হ’ব AV কেবুল ৷ইয়াৰ বাবে শক্তি বিভাগে ধাৰ্য কৰিছে ৪ হাজাৰ কোটি টকা ৷ বিদ্যুত মন্ত্ৰীজনে লগতে আৰু কয় যে আগৰ বিদ্যুতৰ তাঁৰবোৰ আছিল অতি নিম্নমানৰ ৷যাৰ ফলত প্ৰতিদিনে সংঘটিত হৈ আছে বহু দুৰ্ঘটনা ৷আনহাতে বিদ্যুত মাছুলৰ বৃদ্ধি সম্পৰ্কত মন্ত্ৰীজনে লগতে কয় বিদ্যুত মাচুল বৃদ্ধি পৰিমাণ অতি নিম্ন ৷এই বৃদ্ধিয়ে জনসাধাৰণৰ ওপৰত একো প্ৰভাৱ নেপেলাই ৷

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com