শুৱালকুছি মহাবিদ্যালয়ত নবাগত আদৰণী সভা |

সংগীত মুখৰ শুৱালকুছি মহাবিদ্যালয়। কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীতৰ তালত নাচিলে ছাত্ৰ ছাত্ৰীয়ে। নৱাগত আদৰনি সভাৰ ব্যতিক্ৰমী কাৰ্যসূচীত অংশগ্ৰহন ছাত্ৰ ছাত্ৰী ,অধ্যাপক অধ্যাপিকাৰ। মুকলি সভাত উপস্থিত থাকে বিশিষ্ট শিল্পী ডঃ অঞ্জন জ্যোতি চৌধুৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *

000webhost logo