সংকল্প শিখা যাত্ৰা নগাঁৱত উপস্থিত । নগাঁৱৰ উৰিয়াগাঁৱত বিভিন্ন দল-সংগঠনৰ উষ্ণ আদৰণি ।

সংকল্প শিখা যাত্ৰা নগাঁৱত উপস্থিত । নগাঁৱৰ উৰিয়াগাঁৱত বিভিন্ন দল-সংগঠনৰ উষ্ণ আদৰণি । নিশাটো নগাঁৱত কটাই বৃহস্পতিবাৰে পুৱা উৰিয়াগাঁৱৰ পৰা ৰাওনা হ’ব দিছপুৰ অভিমুখে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com