৬০টা জনগোষ্ঠীয় সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে।

৬০টা জনগোষ্ঠীয় সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে। চানমাৰি উৰণীয়া সেতুৰ পৰা আৰম্ভ হয় এই কাৰ্যসূচী।  সমগ্ৰ মহানগৰীতে বিতৰণ কৰা হয় এই পত্ৰিকা। ইয়াৰ উপৰিও বুধবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে বিতৰণ কৰিব ৬০টা জনগোষ্ঠীয় সংগঠনে এই পত্ৰিকা।  এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক নেতা অখিল গগৈয়েও। 

▶ Check out my gear on Kit: https://kit.com/guwahatitimes6

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com