ৰাতিপুৱা হিমাচল প্ৰদেশৰ ৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হয় ভয়ানক ভূমিস্খলন

আজি ৰাতিপুৱা হিমাচল প্ৰদেশৰ ৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হয় ভয়ানক ভূমিস্খলন। ফলত ৰাজপথতে আৱদ্ধ হৈ পৰে শ শ যান বাহন। প্ৰশাসনৰ লোকে অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰিবৰ বাবে চলাইছে যুদ্ধকালীন ততপৰতা।

ষ্টাফ ৰিপৰ্ট , গুৱাহাটী টাইমছ

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com