Day: September 6, 2018

ভাৰতীয় জনতা পাৰ্টীৰ চুড়ান্ত সিন্ধান্ত। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰাৰ বাবে মীৰা বৰঠাকুৰক বিজেপিৰ পৰা বহিস্কাৰ।

6th September 2018

দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত ভাৰতীয় জনতা পাৰ্টীৰ চুড়ান্ত সিন্ধান্ত। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰাৰ বাবে মীৰা বৰঠাকুৰক বিজেপিৰ পৰা বহিস্কাৰ। লগে লগে সৰব হৈ পৰে মীৰা বৰঠাকুৰ। তাৰ পিছতে সংবাদমেল সম্বোধন মীৰা বৰঠাকুৰৰ। হীৰক জ্যোতি শৰ্মা ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

Read More

মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাবে জনায় যে সমকামিতা কোনো অপৰাধ নহয় ।

6th September 2018

মহামান্য উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। মহামান্য উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাবে জনায় যে সমকামিতা কোনো অপৰাধ নহয় । IPC ৩৭৭ ধাৰা বাতিল কৰে মহামান্য উচ্চতম ন্যায়ালয়ে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমছ ।

Read More

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালকক।

6th September 2018

For HD video click : https://youtu.be/QOB9XNBBeC4 যোৱাকালি উত্তৰ গুৱাহাটীত সংঘটিত নাওঁ দুৰ্ঘটনাক লৈ আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালকক। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মহানগৰ শাখাৰ সভাপতি মৃন্ময় বৰুৱাই গুৱাহাটী টাইমছক জানিবলৈ দিয়া মতে তেওঁলোকৰ দাৱীসমূহ হল – – – – ১. […]

Read More

ছয়গাঁও মহাবিদ্যালয়ৰ নবাগত আদৰণী সভা। নবাগত আদৰণী সভাৰ মুখ্য আকষৰ্ণ প্ৰিয়ংকা ভৰালী।

6th September 2018

ছয়গাঁও মহাবিদ্যালয়ৰ নবাগত আদৰণী সভা। নবাগত আদৰণী সভাৰ মুখ্য আকষৰ্ণ প্ৰিয়ংকা ভৰালী।বকোৰ পৰা মণিমালা ৰাভা ৰিপৰ্ট, গুৱাহাটী টাইমছ

Read More
www.000webhost.com