Day: December 3, 2018

People of Bebejia will select candidate according to their eligibility, not by any party.

3rd December 2018

দল চাই নহয় প্ৰাৰ্থী চাই ভোট দিব জুৰিয়া তেলিয়া বেবেজীয়া ৰাইজে ৷ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰিয়া তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়ত এইবাৰ কাৰ হাতলৈ যাব তাক লৈ সকলোৰে মাজত চলিছে চিন্তা চৰ্চা ৷ জুৰিয়াৰ একমাত্ৰ অসমীয়া গাওঁ খনত কোনে মাৰিব শেষ হাঁহি ৷ বিজেপি আৰু অগপৰ মাজৰ যুজ খনে বাৰুকৈয়ে বিপাঙত পেলাইছে ভোটাৰ ৰাইজক ৷ […]

Read More

দীঘলীপুখুৰী পাৰৰ পৰা জোৰ লৈ সমদল ৭০ সংগঠনৰ।

3rd December 2018

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ৭০ টা জাতীয় সংগঠনৰ সহযোগত ,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি ৰূপায়ন কৰা হয় ‌জোৰ সমদলৰ। গুৱাহাটী মহানগৰীতো , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত দীঘলীপুখুৰী পাৰৰ পৰা আৰম্ভ কৰা হয় এই কাৰ্য্যসূচী। গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।  

Read More

মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ।

3rd December 2018

মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ। মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অসম গণ পৰিষদে অন্তিম দিনা বৃহত্তৰ সমদলে নিৰ্বাচনী প্ৰচাৰ কৰে। এই নিৰ্বাচনী প্ৰচাৰত গাওঁৰ জেষ্ঠব্যক্তিসকলকে ধৰি যুবক -যুবতী সকলোৱে অংশগ্ৰহণ কৰে । অগপ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিল চৌপাশ। সভানেত্ৰী পদত প্ৰতিদন্দিতা কৰিছে নিলীমা বৰা আৰু আঞ্চলিক গাওঁ […]

Read More

গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল

3rd December 2018

গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল গহপুৰৰ বিভিন্ন অঞ্চলত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা দলেই আজি অন্তিম দিনাৰ নিৰ্বাচনী প্ৰচাৰত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে । এই শক্তি প্ৰদৰ্শনৰ অংশ হিচাপে দুয়োটা দলেই বৃহৎ সমদল বাহিৰ কৰে। গহপুৰৰ সকলো পঞ্চায়তত বাহিৰ দুয়োটা দলেই আজি সমদল বাহিৰ কৰি ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা দেখা […]

Read More

9 NDFB(s) including woman, apprehended in Arunachal Pradesh

3rd December 2018

A joint operation launched by the troops of Assam Rifles & Jairampur police apprehended 9 cadres of the NDFB(s) in Arunachal Pradesh. The arrested rebels have been identified as 1.Sulekha Brahma, 22, 2.Sumuriya Narzary, 20, 3.Rajesh Basumatry, 20, 4.Gaodang Mochahary, 19, 5.Rita Swrgary, 20, 6.Rotjona Narzary, 22, 7.Mani Ram Basumatary, 26, 8.Dillp Narzary, 23 9.Binaram […]

Read More
www.000webhost.com