Author: Aamir Sam

নগাঁৱৰ নেহৰুবালিত উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা

4th November 2018

উত্তৰ-পূৱ শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত অনুষ্ঠিত ষষ্ঠ সংখ্যক উত্তৰ-পূৱ শিশু গ্ৰন্থমেলাৰ আজি চতুৰ্থ দিনৰ পূৱা অসংখ্য শিশুৰ কলৰবত মুখৰিত হৈ পৰে। শিশুসকলৰ ৰং আৰু ধেমালি শীৰ্ষক কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পেৰিছ নিবাসী তথা নগাঁৱৰ সু-সন্তান,শংকৰী চিত্ৰ শিল্পৰ গৱেষক সমীৰণ বৰুৱাই। […]

Read More

চিকিৎসালয় মুকলি কৰিবলৈ গৈ ৰাইজৰ ক্ষোভৰ সন্মুখীন হ’ল পিয়ুষ হাজৰিকা আৰু ৰাজেন গোহাঁই।

4th November 2018

চিকিৎসালয় মুকলি কৰিবলৈ গৈ ৰাইজৰ ক্ষোভৰ সন্মুখীন হ’ল পিয়ুষ হাজৰিকা আৰু ৰাজেন গোহাঁই।👉হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰি চিকিৎসালয়ত প্ৰবেশ মন্ত্ৰীদ্বয়ৰ।👉নগাঁৱৰ উজৰা গাঁও আদৰ্শ চিকিৎসালয়ত এই পৰিবেশ।👉চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি চিকিৎসালয়ৰ ভূমিদাতা সকলক চাকৰি নিদিয়াৰ প্ৰতিবাদত ৰাইজৰ তলাবন্ধ কাৰ্যসূচী । Adil Shah report, Nagaon.

Read More

বটদ্ৰৱাত স্কুটি চলাই পঞ্চায়তে পঞ্চায়তে আঙুৰলতা – ১১ টাকৈ গুৰুত্বপূৰ্ণ পথৰ অাধাৰশিলা স্থাপন

4th November 2018

সমাগত পঞ্চায়ত নিৰ্বাচন। তৎপৰ হৈ পৰিছে সকলো সমষ্টিৰ বিধায়কৰ লগতে নেতা কৰ্মী সকল।এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাও। ভিন্ন সময়ত ভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰি অহা আঙুৰলতা ক এইবাৰ দেখা গ’ল এক অভিনৱ ৰূপত। বটদ্ৰৱাত আজি ১১ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰিলে আঙুৰলতাই। পিছে কোনো বিলাসী বাহনেৰে […]

Read More
www.000webhost.com