Author: Hirak Sarma

16th July 2018

গুৱাহাটীস্হিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যলয়ত দেওবাৰে লোকসভা নিৰ্বাচন সন্দৰ্ভত দলৰ সাংগঠনিক স্হিতিৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিগত বৰ্ষ সমূহত সমূহত গ্ৰহন কৰা বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ সফল ৰূপায়ণৰ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্য এক বৈঠক অনুস্ঠিত কৰা হয় ।উল্লেখ যে ,ৰাজ্যিক বিজেপিৰ  সভাপতি শ্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুস্ঠিত হোৱা বৈধক খনত ৰাজ্যৰ মুখ্যমন্ত্ৰী  মাননীয় সৰ্বানন্দ […]

Read More
000webhost logo