অসমীয়া বাতৰি

বন্ধই প্ৰভাৱ পেলাবনে যুটীয়া সংসদীয় কমিটীৰ সিদ্ধান্তত?

22nd October 2018

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত ১৭ নৱেম্বৰত ২৭টাকৈ বাঙালী সংগঠনে খানাপাৰাত বিশাল গণসমাবেশৰ আয়োজন কৰিছে। এই গণ সমাবেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ৰাজ্যৰ বিভিন্ন দল সংগঠন। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত আৰু ২৭টাকৈ বাঙালী সংগঠনৰ গণসমাবেশৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজ্যৰ ৪৬টাকৈ সংগঠনে ২৩ […]

Read More

নগাঁৱত আগৰ কাঠ জব্দ

20th October 2018

Video 👉নগাঁৱত আগৰ কাঠ জব্দ । 👉বৰঘাট আৰক্ষীয়ে জব্দ কৰে আগৰভৰ্ত্তি ট্ৰাক । 👉ট্ৰাকখনৰ নম্বৰ হৈছে AS01 EC 8009 👉গোলাঘাটৰ পৰা হোজাইলৈ অনা হৈছিল কাঠখিনি । Adil Shah report, Nagaon.

Read More

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

20th October 2018

Video শেহতীয়াকৈ ২০১৬ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ইতিমধ্যে অসমৰ বিজেপি চৰকাৰে পাৰ্লিয়ামেন্টত পাছ কৰাৰ বাবে যি প্ৰস্তুতি চলাইছে তাৰ প্ৰতিবাদে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত আজি ৰাতিপুৱা ১১ বজাত বিলাসীপাৰা গান্ধী চকত অসমৰ জাতীয় নায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি অসম চৰকাৰ হায় হায়, […]

Read More

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ২নং বামুনজুলীত বনৰীয়া হাতীৰ মৃত্যু। পথাৰৰ ধান সুৰক্ষাৰ বাবে সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাৰ স্পৰ্শ কৰাৰ বাবে হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ একাংশ সচেতন ৰাইজৰ।

20th October 2018

ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ২নং বামুনজুলীত বনৰীয়া হাতীৰ মৃত্যু। পথাৰৰ ধান সুৰক্ষাৰ বাবে সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাৰ স্পৰ্শ কৰাৰ বাবে হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ একাংশ সচেতন ৰাইজৰ। বন বিভাগে ঘটনাক গাপ দিয়াৰো অভিযোগ তুলিলে ৰাইজে। উল্লেখযোগ্য যে বিগত প্ৰায় ডেৰ মাহ ধৰি অঞ্চলটোত ১০০-১৫০ টা বনৰীয়া হাতীৰ এটি দলে তাণ্ডৱ সৃষ্টি কৰি অহাৰ […]

Read More

দুৰ্গা পূজা পবিত্ৰ নবমী নিশা মৰিগাওঁ জিলাৰ মাজমজিয়াত আৰক্ষী আৰু জনসাধাৰনৰ মাজত যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হৈছিল

20th October 2018

Video দুৰ্গা পূজা পবিত্ৰ নবমী নিশা মৰিগাওঁ জিলাৰ মাজমজিয়াত আৰক্ষী আৰু জনসাধাৰনৰ মাজত যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হৈছিল ৷ঠিক সেই সময়তে মৰিগাওঁ জিলাৰ সাংবাদিক চন্দন হীৰা ঘটনাস্থলীত নিজ কৰ্তব্য পালন কৰিলে কিন্তু ৰাইজৰ মাজৰ পৰা এজনক আৰক্ষীয়ে আটক কৰাৰ লগে লগে পৰিস্থিতি আৰু উতপ্ত হয় পৰিছিল আৰু লগে লগে সকলো মৰিগাওঁ সদৰ থানাৰ সন্মুখত উপস্থিত […]

Read More

আজি মহানগৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল আৰু JPC ৰ অসম ভ্ৰমণ বাতিলৰ দাবীত নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ প্ৰতিমূৰ্তি দাহ কৰে ।

20th October 2018

Full Video আজি মহানগৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল আৰু JPC ৰ অসম ভ্ৰমণ বাতিলৰ দাবীত নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ প্ৰতিমূৰ্তি দাহ কৰে । গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Read More

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মঙ্গলদৈত বিজয়া দশমী উলাহ মলহৰে পালন কৰা হয়।

20th October 2018

Click For Watching Video অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মঙ্গলদৈত বিজয়া দশমী উলাহ মলহৰে পালন কৰা হয়। মানুহৰ সোত বয় প্ৰতিমা বিসৰ্জন দিয়া মঙলদৈ নদীৰ ঘাটলৈ। মঙ্গলদৈ নদীত প্ৰায় 40 খন মান পূজাস্থলীত বিসৰ্জন দিব বুলি গম পোৱা গৈছে। প্ৰতিমা বিসৰ্জনস্থলীত ৰাৱণ দাহ উৎসৱ পালন কৰা হয়। মংগলদৈৰ পৰা অৰুণাভ শৰ্মাৰ ৰিপৰ্ট , গুৱাহাটী টাইমচ।

Read More

আজি মহাসপ্তমী।

16th October 2018

আজি মহাসপ্তমী। দেৱীৰ আশিষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ব্যাপক ভিৰ। দুৰ্গতিনাশিনী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ পিছতেই চৌদিশে উখল মাখল পৰিবেশে বিৰাজ কৰিছে। সপ্তমীৰ দিনাও পূজা মণ্ডপত শতাধিক পুৰুষ মহিলাই পুৱাৰে পৰা মা দুৰ্গাক পূজা আগবঢ়াই আশীৰ্বাদ লবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি সপ্তমী। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে বিধৌত হৈ পৰিছে সমগ্ৰ ৰাজ্য। আজি কালৰাত্ৰি […]

Read More

FAST NEWS

12th October 2018 Read More

‘নামবৰ’ নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰত প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ পৰে।

12th October 2018

কিছুসময় পূৰ্বে ব্ৰহ্মপুত্ৰত আবদ্ধ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখী নামবৰ’ নামৰ ফেৰীখন। ১০.৩০ বজাত মধ্যম খণ্ড ঘাটলৈ ৰাওনা হৈ গৈ থকা অৱস্থাত ‘নামবৰ’ নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰত প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ পৰে। প্ৰায় এঘণ্টাৰ পিছত অন্য এখন ফেৰীৰে উদ্ধাৰ কৰা হয় যাত্ৰীসকলক। গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Read More

ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে ৰ’ৰ’ জাহাজখন।

12th October 2018

ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ১০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে ৰ’ৰ’ জাহাজখন। অত্যাধুনিক এই ৰ’ৰ’ সেৱাত ব্যৱহৃত ‘এম ভি ভূপেন হাজৰিকা’ নামৰ অত্যাধুনিক জাহাজখন আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীৰ সৈতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো বিধায়ক।সম্পূৰ্ণ ষ্টীলেৰে নিৰ্মিত জাহাজখনত একেবাৰতে শতাধিক যাত্ৰীৰ উপৰি ২৫টন সামগ্ৰী পৰিবাহী […]

Read More

Nagaon AAMSU Leader Arrested

12th October 2018

👉আমছুৰ গোলাঘাট জিলাৰ সভাপতি কাদিৰ আলিক জিম্মাত ল’লে নগাঁও আৰক্ষীয়ে ৷ 👉নগাঁও বাইপাছত ম্যানমাৰৰ পৰা গদজিলা কয়ল অনা ট্ৰাকৰ পৰা ২০ লাখ টকা দাবী কৰাৰ অভিযোগত বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আমছু নেতা কাদিক ৷ 👉যোৱা ২৮ ছেপ্টেম্বৰত গোলাঘাটৰ পৰা আমছুৰ নেতা কাদিৰৰ নেতৃত্বত দুখন চাৰিচকীয়া বাহনেৰে অনুসৰন কৰি অহা এটা দলে AS-09AC-0434 নম্বৰৰ ট্ৰাকখনৰ […]

Read More

অৱশেষত গ্ৰেপ্তাৰ হল যোগ নিৰীক্ষক সতীনাথ বাৰল অৱশেষত দৰং আৰক্ষীয়ে কলকতাত গ্ৰেপ্তাৰ কৰিলে যোগ নিৰীক্ষণ সতীনাথ বাৰল।

12th October 2018

অৱশেষত গ্ৰেপ্তাৰ হল যোগ নিৰীক্ষক সতীনাথ বাৰল অৱশেষত দৰং আৰক্ষীয়ে কলকতাত গ্ৰেপ্তাৰ কৰিলে যোগ নিৰীক্ষণ সতীনাথ বাৰল। ৰাজ্যজুৰি বাৰলক গ্ৰেপ্তাৰৰ বাবে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ শংকৰদেৱ আৰু নামষোষা সন্দৰ্ভত দৰংৰ ভেৰুৱাত কৰিছিল বিৰুপ মন্তব্য দৰং আৰক্ষীক ধন্যবাদ সদৌ দৰং জিলা ছাত্র সন্থাৰ । মংগলদৈৰ পৰা অৰ্ণব শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Read More

ৰূপহীহাটৰ উত্তৰ খাটোৱালত এন আৰ চিৰ তথ্য চুৰি ৰূপহীহাটৰ তিনি এন আৰ চি কৰ্মচাৰী আটক এন আৰ চিৰ গুণগ

10th October 2018 Read More

National Yoga College, মঙলদৈ ৰ সৌজন্যত যোৱা 3 Oct পৰা 7 Oct 2018 তাৰিখলৈ 5 দিনীয়াকৈ যোগ শিবিৰ অনুষ

10th October 2018 Read More

বিগ ব্ৰেকিং

10th October 2018 Read More

Entertainment News

10th October 2018 Read More

ব্ৰেকিং নিউজ

10th October 2018 Read More

ব্ৰেকিং নিউজ

10th October 2018

Guwahati Times গ্ৰেপ্তাৰ হল মূল অভিযুক্ত পাপু বৰা। লখিমপুৰৰ এছিড আক্ৰমন ঘটনাৰ মূল অভিযুক্ত পাপু বৰা আৰু আন এজন সহযোগীক অৰুণাচলৰ নাহৰলগুনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত সোধা – পোছা কৰি আছে আৰক্ষীয়ে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Read More

অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত হায়াত হাস্পতালৰ স্বাস্থ্য শিবিৰ

10th October 2018

অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত হায়াত হাস্পতালৰ স্বাস্থ্য শিবিৰ হায়াত হাস্পতাল, গুৱাহাটী, ৯ অক্টোবৰঃ অসম আৰক্ষীৰ বিশেষ শাখাৰ সহযোগত আৰু হায়াত হাস্পতালৰ উদ্যোগত আজি কাহিলিপাৰাস্হ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰ মুকলি কৰি বিশেষ শাখাৰ ডি আই জি প্ৰশান্ত কুমাৰ দত্তই কয় যে স্বাস্থ্য ভালে থাকিলে মন ভালে […]

Read More
000webhost logo