INDIAN LANGUAGE

দেশত ১৯,৫৬৯ টা ভাষা অৰ্থাৎ দেৱান মাতৃভাষা হিচাপে কোৱা হয়। এই তথ্য প্ৰকাশ লোকপিয়লৰ শেহতীয়া প্ৰতিবেদনত। মহাপঞ্জীয়ক অাৰু লোকপিয়ল আয়ুক্তই সদৰি কৰা মতে, ভাৰতৰ ১২১ টা ভাষা দহহেজাৰ বা ততোধিক বাসিন্দাই কয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি সংবিধানৰ অষ্টম অনুসূচিত ২২ টা ভাষা দেশৰ মুঠ জনসংখ্যাৰ ৯৬. ৭১% লোকেহে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

000webhost logo