Ornaments & Cash stolen from temple in Maligaon- Guwahati.

মালিগাঁওত মন্দিৰত চুৰিকাণ্ডৰ ঘটনা। নিশা ৫টাকৈ মন্দিৰ ক্ৰমে ৰাম মন্দিৰ, হনুমান মন্দিৰ, শিৱ মন্দিৰ, শিতলা মন্দিৰ, শনি মন্দিৰ লুতপাত চলালে চোৰৰ দলে। সোন, ৰূপ ৰ আ অলংকাৰ ক ধৰি মন্দিৰৰ বহু গুৰুত্বপূৰ্ণ সামগ্ৰী লৈ উধাও হয় দলটো।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

www.000webhost.com