Amritsar grenade attack could be ‘terrorist act’, say Punjab police.

18th November 2018

Punjab police said Sunday the grenade attack on a religious congregation on the outskirts of Amritsar city appears to be a “terrorist act”. “It  appears to have a terror angle. Because it is against a group (of people) and it is not against any individual. There is no reason to throw a hand grenade on a group […]

Read More

আজি আকৌ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অখিল গগৈৰ সংবাদ মেল।

18th November 2018

আজি আকৌ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অখিল গগৈৰ সংবাদ মেল। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে কৃষক নেতা অখিল গগৈয়ে। “অসমীয়া মানুহৰ শংকা কেবল বাংলাদেশীৰ ওপৰত, কিন্তু বাংলাদেশীৰ নাম কৰ্তন কৰিলে সমাধান নহয় সমস্যাৰ। পাছপ’ৰ্ট সম্পৰ্কীয় বিধি জাননী বাতিল নহ’লে জীয়াই নাথাকিব অসমীয়া জাতি।” এনেধৰণৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে কৃষক নেতা গৰাকীয়ে। […]

Read More

নগাঁওত নিৰ্বাচন কেন্দ্ৰীক অভিযোগ- প্ৰতিভিযোগ৷

18th November 2018

সমগ্ৰ ৰাজ্যৰ লগতে অভিযোগ প্ৰতিভিযোগেৰে উত্তাল হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলা ৷ এগৰাকী মহিলাই অগপ দলৰ সভাত অংশগ্ৰহণ নকৰাৰ বাবে ফক্কৰউদ্দিন নামৰ এজন অগপ নেতাই ভাড়াতীয়া গুণ্ডা কাচেম আলিক লগাই প্ৰহাৰ কৰা বুলি অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী চকীত এক গোচৰ তৰে৷অন্যহাতে ড্ৰাগচ্ আসক্ত মহিলা গৰাকীৰ দ্বাৰা কোনো ৰাজনৈতিক ব্যক্তিয়ে আৰু বৰ্তমানৰ এগৰাকী […]

Read More

মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।

18th November 2018

মৰিগাওঁ বিভিন্ন পঞ্চায়তৰ প্ৰাৰ্থী সকল সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে।এই ক্ষেত্ৰত বাদ পৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থীও।ৰাইজৰ বিপুল আহ্বান ক্ৰমে মৰিগাওঁ তৰাবড়ী পঞ্চায়তৰ সভানেত্ৰীপদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেখা দেৱী সাজু পঞ্চায়ত নিৰ্বাচনৰ বাবে ৷ বিজেপিৰ পৰা টিকত বিচাৰিছল যদিওঁ সেয়া ভাগ্যত নঘটিল।বি জে পি ৰ পৰা টিকট নোপোৱাত তেওঁ হাৰ নামানি ৰাইজৰ সহায়ত নিৰ্দলীয় প্ৰাৰ্থী […]

Read More
www.000webhost.com